কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিনলেণ্ডphin.lendProper Noun
উত্তৰ ইউৰোপৰ এখন দেশ।
Finland, officially the Republic of Finland, is a Nordic country in Northern Europe bordered by Sweden to the west, Norway to the north and Russia to the east; Estonia lies to the south across the Gulf of Finland.
- ফিনাইল এলানিনNoun
ফিনাইল এলানিন
ফিনাইল এলানিন
- ফিনাইল মূলকNoun
ফিনাইল মূলক
ফিনাইল মূলক
- ফিনাইলিন ডাইএমাইনNoun
ফিনাইলিন ডাইএমাইন
ফিনাইলিন ডাইএমাইন
- ফিনিক্সphi.niksCommon Noun
গ্ৰীক উপখ্যানত বৰ্ণিত চৰাই ৷ জ্বলি জ্বলি মৃত্যু হোৱা চৰাইজনী ছাইৰ পৰা পুনৰ জন্মলাভ কৰে৷ ৷ দেশ সংস্কৃতি ভেদে কাহিনীটো বেলেগ বেলেগ ৷
In Greek mythology, a phoenix or phenix is a long-lived bird that is cyclically regenerated or reborn. Associated with the sun, a phoenix obtains new life by arising from the ashes of its predecessor. The phoenix was subsequently adopted as a symbol in Early Christianity.
- ফিল্টাৰphil.tarMaterial Noun
কঠিন পদাৰ্থ মিহলি জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা আহিলা বা যন্ত্ৰ।
an equipment for separating solid particles from liquid-solid mixture.
- ফিল্মphilmaNoun
আলোক-চিত্ৰ তোলা পাত; চলচ্চিত্ৰ; বোলছবি
film
- ফিৰিঙতিphiriṅatiNoun
জুইৰপৰা ছিটিকি অহা সৰু আঙঠা; জুইৰ কণিকা
a spark of fire
- ফিৰিঙিphi.ri.ngiCommon Noun
ইংলেণ্ড দেশৰ বাসিন্দা।
primarily inhabitants of Britain.
- ফিৰিঙী ৰোগphi.ri.ngi ro`gAbstract Noun
যৌন সংগমৰ জৰিয়তে বিয়পা এবিধ সংক্ৰামক ৰোগ, যি যৌনাংগৰ পৰা গোটেই গালৈকে সোঁচৰিত হয়।
a sexually transmitted disease which spreads from the sex organ to whole body.
- ফিৰিঙ্গীphiriṅgīNoun
ইউৰোপীয় আৰু ভাৰতীয় জাতিৰ সংস্ৰবত ওপজা জাতি বা মানুহ
Eurasian
- ফিৰিষ্টাphi.ris.taCommon Noun
যাদুকৰী শক্তি থকা, টেঙৰ আৰু বুদ্ধিমান সৰু মানৱৰূপী এক কাল্পনিক অস্তিত্ব।
A tiny imaginary being in human form, depicted as clever, mischievous, and possessing magical powers.
- ফিৰিস্তিphiristiNoun
গুচৰীয়া বা পদকীয়াই বিচাৰকৰ আগত দাখিল কৰা কাকতৰ তালিকা
a list of papers or documents submitted before the court
- ফিৰ্ফিৰিphirphiriNoun
বাঁহৰ সৰু ডাঁৰ বা কাঠীৰ মূৰত ওলমাই দিয়া পাতল কাকত বা কাপোৰৰ টুকুৰা; পতাকা
a flag used by children
- ফুphuNoun
ওঁঠ চপাই মুখেদি জোৰেৰে বাজ কৰা বায়ু
the current of air produced in blowing
- ফুঁইphu~iAbstract Noun
উশাহ লওঁতে বা বস্তু গিলোঁতে শ্বাসনলীত খুন্দা খাই হোৱা অস্বাভাৱিক সুৰসুৰণি বা সংবেদন
uneasy sensation felt in the windpipe when breathing or swallowing anything
- ফুক ফুNoun
ফু মৰা কাৰ্য্য
the current of air produced in blowing with the mouth; the act of blowing
- ফুকনphukanaNoun
কোনো এক শ্ৰেণী পাইক বা সাধাৰণ মানুহৰ ভিতৰৰ এজন মুখিয়াল মানুহক আহোম ৰজাই দিয়া উপাধি; যেনে-'জাল-ভাৰী ফুকন; ৰাই-ডঙীয়া ফুকন" [কিছুমান ফুকনৰ ওপৰত এজন বৰফুকন থাকে; তেওঁ ৰাজ-প্ৰতিনিধি-স্বৰূপে এক খণ্ড ৰাজ্য চলাব লাগে, বৰফুকন বিষয় কেবল আহোম বংশৰ লোককহে দিয়া হৈছিল।]
a title conferred by the Ahom kings on a headman of a class of common people or labourers
- ফুচ-ফুচনিphus-phu.so.niAbstract Noun
অতি কম শব্দৰে কোৱা, প্ৰায় বুজিব নোৱাৰা কথা৷
the act of speaking in a low voice
- ফুচকাphus.kaProper Noun
নিচেই সৰু (৪ -৫ চেমি) লুচি বা পুৰি যাক আলু পিটিকা আৰু তেতেলি পানীৰ সৈতে পৰিৱেশন কৰা হয়৷ উত্তৰ ভাৰতীয় খাদ্য বিশেষ৷
A north indian recipy. Small ghiu luchi servered with mased potatoo.