ফিৰ্ফিৰি
phirphiri
অৰ্থ
1.
বাঁহৰ সৰু ডাঁৰ বা কাঠীৰ মূৰত ওলমাই দিয়া পাতল কাকত বা কাপোৰৰ টুকুৰা; পতাকা
a flag used by children
বি.
2.
বাঁহৰ চুঙাত কৰা খাবৰ বাজি-বিশেষ
a kind of fire-work
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ