← ফুৰি যাওক

ফিল্টাৰ

phil.tar

অৰ্থ

1.

কঠিন পদাৰ্থ মিহলি জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা আহিলা বা যন্ত্ৰ।

an equipment for separating solid particles from liquid-solid mixture.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

পানী পৰিষ্কাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ ধাতুৰ পাত্ৰ৷

A device containing such a material, especially one used to remove impurities from the water supply.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ