কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিকণcikaṇaAdjective
মিহি আৰু সুন্দৰ, উত্তম
fine; smooth and excellent
- চিকণাওঁতা; চিকণাতীAdjective
চিকণোবা।
- চিকমিকীয়াsik.mi.ki.yaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- চিকাcikāNoun
এন্দুৰ জাতিৰ এবিধ দুৰ্গন্ধ জন্ত্ত
a musk-rat; sorea caerulescens
- চিকা-ফুৰাcikā-phurāAdjective
চিকাই গৰকা বা ওপৰত উঠাৰ কাৰণে দুৰ্গন্ধ হোবা
rendered stinking by contact with musk-rat
- চিকাৰীAdjective
চিকাৰ কৰা; চিকাৰত পাৰ্গত
hunting; skilled in hunting
- চিকি-চিকিsi.ki-si.kiProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- চিকুণcikuṇaAdjective
মিহি আৰু সুন্দৰ, উত্তম
fine; smooth and excellent
- চিকোণcikoṇaAdjective
মিহি আৰু সুন্দৰ, উত্তম
fine; smooth and excellent
- চিক্চিকীয়াcikcikīẏāAdjective
বৰকৈ ঘঁহা-মজাৰ কাৰণে জিলিকা; জিলিকি থকা
glossy; glittering
- চিক্মিকীয়াAdjective
জিলিক থকা; তিৰবিৰ কৰা
glittering
- চিচcicaAdjective
ক্ষীণ; লেহুকা; সৰু
emaciated
- চিঞাciñāAdjective
আন ভাগতকৈ লাহী বা ক্ষীণ
thinner than other parts
- চিটা-চিটciṭā-ciṭaAdjective
(দীঘলীয়াকৈ) খণ্ড খণ্ড; ছিৰলী ছিৰলী।
- চিতcitaTransitive verb
বৰণ লগা; যেনে-"পাঞ্চটি আয়তীঃ লগৰে সাৰথিঃ ঘট চিতে দোভাগ ৰাতি" (বিয়াৰ নাম)
to paint
- চিত-পখৰাsit.po.kho.raAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- চিতলং-পতলংProper Adj.
অলপতে লৰচৰ কৰা, স্থিৰতা নথকা
liable to fall or shake, not firm.
- চিত্ত-ৰঞ্জনীcitta-rañjanīAdjective
আনন্দত প্ৰবৱত্ত; আনন্দ বিচৰা (মনৰ বৱত্তি)
aesthetic
- চিত্তগ্ৰাহীProper Adj.
আনন্দকৰ ইন্দ্ৰিয়ানুভূতি জগাব পৰা
Asthetically pleasing or interesting
- চিত্তবিনোদকsit.to.bi.no`.dokProper Adj.
ইন্দ্ৰিয়বোৰে অনুভৱ বা গ্ৰহণ কৰিব পৰা৷
highly susceptible to influence through the senses.