← ফুৰি যাওকচিঞাciñāঅৰ্থ1.আন ভাগতকৈ লাহী বা ক্ষীণthinner than other partsবিণ.সমাৰ্থক শব্দচিয়াঁ · ciẏām̐2.অন্য ভাগতকৈ সৰু বা লাহী ভাগa part thinner than other partবি.সমাৰ্থক শব্দচিয়াঁ · ciẏām̐উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ