← ফুৰি যাওক

চিত

cita

অৰ্থ

1.

বৰণ লগা; যেনে-"পাঞ্চটি আয়তীঃ লগৰে সাৰথিঃ ঘট চিতে দোভাগ ৰাতি" (বিয়াৰ নাম)

to paint

সক. ধা.

2.

মন; জ্ঞান; হৱদয়

mind; intellect; heart

বি.

3.

ওপৰলৈ মুখ কৰি পৰা

lying with the face upwards

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ