কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বগুৱা বাbo.gu.wa baVerb-Intran.
মাটিত গা লগাই পলু বা বিছাৰ দৰে বগাই যা; কেঁচুৱাৰ নিচিনাকৈ
to move in a prone position with the body resting on or close to the ground, as a worm or caterpillar, or on the hands and knees, as a young child
- বগুৱা লাগ্bo.gu.wa lagVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বগৰাই দেbo.go.rai deVerb-Trans.
কিবা এটা বস্তু ওলোটাই দে বা ঠেলি মাটিত পেলাই দে
to turn or cause something upside down ( specially used for boats or ships)
- বচবাচbos.basVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- বচাbacāTransitive verb
জীয়াই ৰাখ্; ৰক্ষা কৰ্
to keep alive; to save
- বছাbachāTransitive verb
আনৰ হতুবাই পৱথক কৰোবা বা বাছি লোবা কাৰ্য্য কৰা
to cause to be selected
- বছৰিAdverb
প্ৰতি বছৰত
yearly
- বজাbajāAdjective
গুটি নধৰা; সন্তান বা পোবালি জন্মাবৰ শক্তি নথকা
unable to produce an offspring; barren
- বজাই ৰাখbajāi, rākhaTransitive verb
ৰক্ষা কৰ্; বলবৎ ৰাখ্
to save; to maintain
- বজাই ৰাখ্bo.jai rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- বজাৰ কৰাbo.jar ko.raVerbal Noun
বজাৰত বস্তু কিনা কাৰ্য্য
The act of buying items in a market.
- বজাৰ কৰ্mo.jar korVerb-Trans.
বস্তু কিনিবলৈ বা দাম-দৰ কৰিবলৈ দোকানলৈ যা
To visit stores in search of merchandise or bargains
- বজোবাbajobāTransitive verb
আমৰ দ্বাৰায় কোনো যন্ত্ৰৰ ধ্বনি তোলা
to cause to be played; to cause to be sounded
- বজ্ৰগুণনboj.ro.gu.nonVerbal Noun
দুইপক্ষৰ ভগ্নাংশৰ হৰৰ সাধাৰণ গুণিতকেৰে দুয়োটা পক্ষক পূৰণ কৰি সমীকৰণ এটাৰ পৰা ভগ্নাংশ আঁতৰোৱা বা নাইকিয়া কৰা পদ্ধতি।
the mathematical process of removing fractions from an equation by multiplying each side by the common multiple of the denominators of the fractions of the opposite side.
- বঞ্চনা কৰbon.so.na korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- বঞ্চিত কৰ্bon.sit korVerb-Trans.
to restrain or stop someone from doing something
- বঞ্চ্bañcTransitive verb
অলপ কাল বাস কৰ্; খপ্; টোপনি নোযোবাকৈ থাক্; খতি কৰ্; আঁতৰ কৰ্; পৰিত্যাগ কৰ্
to forego
- বটিয়াbaṭiẏāTransitive verb
বিন্ধাত হেঁচি সুমা
to thrust into
- বট্baṭTransitive verb
জৰীৰ দৰে পকা; যেনে-"কানিৰ আৰিয়া বটি অগ্নিগড় দিলা" (শঙ্কৰ-চৰিত)।
- বণ্টন কৰ্bon.ton korVerb-Trans.
মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া
to distribute sth like food, clothe among a group of people