বচা
bacā
অৰ্থ
1.
জীয়াই ৰাখ্; ৰক্ষা কৰ্
to keep alive; to save
সক. ধা.
2.
এবিধ বাকলি নথকা, নৈত থকা বৰ তেলী মাছ
a kind of fish; Eutropiichthys vacha
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
bacā
জীয়াই ৰাখ্; ৰক্ষা কৰ্
to keep alive; to save
সক. ধা.
এবিধ বাকলি নথকা, নৈত থকা বৰ তেলী মাছ
a kind of fish; Eutropiichthys vacha
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ