বঞ্চিত কৰ্
bon.sit kor
অৰ্থ
1.
to restrain or stop someone from doing something
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কাৰোবাক কোনো বস্তু পাবলৈ বা উপভোগ কৰিবলৈ নিদিয়া বা তাৰ পৰা আঁতৰাই ৰখা
to remove or withhold something from the enjoyment or possession of (a person or persons)
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ