← ফুৰি যাওক

বট্

baṭ

অৰ্থ

1.

জৰীৰ দৰে পকা; যেনে-"কানিৰ আৰিয়া বটি অগ্নিগড় দিলা" (শঙ্কৰ-চৰিত)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বট্ · অসমীয়া অভিধান