কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছলনা কৰso.lo.na korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ছলে বলে কৌশলেso.le bo.le kou.xo.leAdverb
যিকোনো উপায় বা পন্থা অৱলম্বন কৰি
in any way; by whatever way necessary
- ছলে-বলেchale-baleAdverb
যেনে তেনে; যি কোনো উপায়েৰে
by any means; by hook or crook
- ছলে-বলে-কৌশলেchale-bale-kauśaleAdverb
যেনে তেনে; যি কোনো উপায়েৰে
by any means; by hook or crook
- ছাchāTransitive verb
ঘৰত ছাউনি দি; খেৰেৰে ঘৰৰ চাল ঢাক্
to thatch
- ছাই-মুৱা কৰsai-muwa korVerb-Trans.
কথা বা কামেৰে লাজত পেলা ।
to destroy the self-confidence, poise, or self-possession of; disconcert; make ashamed or embarrassed
- ছাক্chākTransitive verb
ছেক্।
- ছাটাইsa.taiVerbal Noun
খৰচ কমাবৰ কাৰণে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা কাৰ্য ৷
the reduction of expenditures in order to become financially stable.
- ছাটি পৰ্sa.ti porVerb-Intran.
(a fluid) to go into a wider area
- ছাটি যাsa.ti jaVerb-Intran.
(a fluid) to go into a wider area
- ছাটি-ফুটি কৰ্Verb-Intran.
অস্থিৰতা প্ৰকাশ কৰ্
to be restless
- ছাট্chāṭTransitive verb
ঢাকি ধৰ্
to cover
- ছাদ্chādIntransitive verb
ছন্দিয়া; পিয়াহ বা গাখীৰ বঁতিয়াই উলিয়া
to throw up milk as an infant
- ছানি ধৰ্sa.ni.dhorVerb-Intran.
(a fluid) to go into a wider area
- ছানি পেলাsa.ni pe.laVerb-Intran.
(a fluid) to go into a wider area
- ছান্chān
অক. ধা বিয়প্; ভৰি পৰ্; জিনি পৰ্; যেনে-"দশো দিশ ছানি মাত্ৰ শুনি জয়ৰব" (মা., আদিকাণ্ড); "অনেক মাঙ্গল্য বাদ্যভণ্ড কৰে ছানি" (কীৰ্ত্তন)
to spread; to fill
- ছান্দ্chāndTransitive verb
বান্ধ্; কথাৰে বান্ধ্; যেনে-"তিনি পাব ভূমিক মাগন্ত বোলে ছান্দি" (মা. ক., অযোধ্যাকাণ্ড)
to bind; oblige by oath or agreement
- ছাপ্chāpTransitive verb
চেপ্; যেনে-"কোটি সংখ্যা গিলিয়া ছাপিলা ধৰে দান্ত" (মা. ক., লঙ্কাকাণ্ড)
to squeeze
- ছাড়্chāṛTransitive verb
এৰ্; দূৰ কৰ্; ত্যাগ কৰ্
to leave; to give up
- ছাৰখাৰ কৰ্sar.khar korVerb-Intran.
কোনো বস্তু ভাঙ্ বা উচ্ছন্ন কৰ্
to ruin or destroy something