← ফুৰি যাওক

ছাড়্

chāṛ

অৰ্থ

1.

এৰ্; দূৰ কৰ্; ত্যাগ কৰ্

to leave; to give up

সক. ধা.

2.

গুচ্; দূৰ হ; যেনে-"পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম" (কীৰ্ত্তন)

to be off

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ