← ফুৰি যাওক

ছান্দ্

chānd

অৰ্থ

1.

বান্ধ্; কথাৰে বান্ধ্; যেনে-"তিনি পাব ভূমিক মাগন্ত বোলে ছান্দি" (মা. ক., অযোধ্যাকাণ্ড)

to bind; oblige by oath or agreement

সক. ধা.

2.

মেৰাই বান্ধ্; যেনে-"দুই পাবে দুই পাবক ছান্দি" (কীৰ্ত্তন)

to fasten

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ