← ফুৰি যাওক

ছান্

chān

অৰ্থ

1.

অক. ধা বিয়প্; ভৰি পৰ্; জিনি পৰ্; যেনে-"দশো দিশ ছানি মাত্ৰ শুনি জয়ৰব" (মা., আদিকাণ্ড); "অনেক মাঙ্গল্য বাদ্যভণ্ড কৰে ছানি" (কীৰ্ত্তন)

to spread; to fill

2.

ছাট্; ঢাক্; যেনে-"শৰ বৰিযিয়া সব ছানিলা আকাশ" (মা. ক., লঙ্কাকাণ্ড)

to cover

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছান্ · অসমীয়া অভিধান