কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সদানন্দsadānandaAdjective
সদায় আনন্দত থকা; আনন্দময়
always joyful
- সদাশয়sadāśaẏaAdjective
শুভ ইচ্ছাযুক্ত; ওখ ভাবৰ; দয়া-যুক্ত
magnanimous; generous
- সদৃশxodrixProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সদৌsadauAdjective
সমুদায়; অখিল; নিখিল; সকলো; গোটেই
all; whole; entire; including all
- সদ্ভুতsadbhutaAdjective
হোবা; ওপজা; জন্মা; উৎপত্তি হোবা
produced; born
- সদ্যজাতxo.dyo.ja.toAdjective Adj.
অলপতে জন্ম লাভ কৰা বা বিকশিত হোৱা
beginning to exist or develop
- সদ্যবিবাহিতাxo.dyo.bi.ba.hi.taProper Adj.
মাত্ৰ কেইদিনমানৰ আগেয়ে বিয়া হৈ যোৱা তিৰোতা
(woman) who got married only a few days ago
- সদ্যভদ্ৰxo.dyo.bho.droProper Adj.
এতিয়ালৈকে ভদ্ৰ৷
gentle and sober so far.
- সদ্যসমাপ্তVerbal Adj.
0
Just finished
- সদ্যোজাতsadyojātaAdjective
নকৈ বা পোনে পোনে ওপজা
newly or just born
- সদয়sadaẏaAdjective
কৱপাযুক্ত; দয়াযুক্ত; মৰমিয়াল
kind
- সদৰিsadariAdjective
ব্যক্ত; জনা-শুনা; মেনে-"কথা সদৰি হ'ল"
published; made public
- সদৰ্পProper Adj.
অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Aggressively assertive or overbearingly confident.
- সদৱশsadawaśaAdjective
নিচিনা; একে আকৱতিৰ; . বি. সদৱশতা সাদৱশ্য।
like; similar
- সধৰাsadharāNoun
স্বামী থকা তিৰী
a woman with her husband alive
- সধৰ্মীsadharmīAdjective
একে ধৰ্ম্মত চলা
following the same religion
- সধৰ্ম্মীsadharmmīAdjective
একে ধৰ্ম্মত চলা
following the same religion
- সধৱাxo.dho.baProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- সনাতনsanātanaNoun
চাৰিজন ব্ৰহ্মাৰ পুতেক [ভেওঁবিলাক ঋষি আছিল আৰু জনলোকত বাস কৰিছিল।]
the four sons of Brahma who are said to have inhabited the earth or Janaloka
- সনিয়াsaniẏāNoun
সোণামুখী; সোণ-বৰণীয়া পাতৰ এবিধ সৰু গছ; ; যেনে-"সোণা এৰি সনিয়াত মাৰৈ গান্হি" (শঙ্কৰদেব)। সনিৰ্ব্বন্ধ, সনিৰ্বন্ধ [সং.] বিণ. অতিশয় আগ্ৰহ বা মিনতিযুক্ত। সন্ত [সং. সত ্] বি. সাধু; মহন্ত; ধাৰ্ম্মিক
senna ; a saint; a pious. man