← ফুৰি যাওক

সনাতন

sanātana

অৰ্থ

1.

চাৰিজন ব্ৰহ্মাৰ পুতেক [ভেওঁবিলাক ঋষি আছিল আৰু জনলোকত বাস কৰিছিল।]

the four sons of Brahma who are said to have inhabited the earth or Janaloka

বি.

সমাৰ্থক শব্দ

2.

সদায় থকা; চিৰকলীয়া; বহুকলীয়া; পুৰণি (ধৰ্ম্ম)

eternal; ancient

বিণ.

3.

বিষ্ণু; শিব বা ব্ৰহ্মা; . স্ত্ৰী. সনাতনী।

Brahma, Visnu or Siva

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ