← ফুৰি যাওক

সধৰ্ম্মী

sadharmmī

অৰ্থ

1.

একে ধৰ্ম্মত চলা

following the same religion

বিণ.

সমাৰ্থক শব্দ

2.

একে গুণ থকা

possessing the same quality

বিণ.

সমাৰ্থক শব্দ

3.

একে ধৰ্ম্মত চলা মানুষ

a co-religionist

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ