← ফুৰি যাওক

সনিয়া

saniẏā

অৰ্থ

1.

সোণামুখী; সোণ-বৰণীয়া পাতৰ এবিধ সৰু গছ; ; যেনে-"সোণা এৰি সনিয়াত মাৰৈ গান্হি" (শঙ্কৰদেব)। সনিৰ্ব্বন্ধ, সনিৰ্বন্ধ [সং.] বিণ. অতিশয় আগ্ৰহ বা মিনতিযুক্ত। সন্ত [সং. সত ্] বি. সাধু; মহন্ত; ধাৰ্ম্মিক

senna ; a saint; a pious. man

বি.

2.

সত্য; নিত্য; স্হায়ী; যেনে-"অসন্ত জগতখান: তোমাত উদ্ভব ভৈল: সন্ত হেন প্ৰকাশে সদায়" (কীৰ্ত্তন)

real; perpetual

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সনিয়া · অসমীয়া অভিধান