কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মানা কৰ্ma.na korVerb-Trans.
to restrain or stop someone from doing something
- মানাহি কৰ্ma.na.hi korVerb-Trans.
to restrain or stop someone from doing something
- মানি চল্ma.ni solVerb-Trans.
বয়স বা পদমৰ্য্যদাত জ্যেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰ্
to do what is ordered/commanded to do by some authority
- মানি লVerb-Trans.
ভুল বা দোষ মানি ল বা মানি লোৱা বুলি ব্যক্ত কৰ্
to acknowledge or admit a fault or crime
- মানুহ-মূৰিmānuha-mūriAdverb
মানুহটোবে প্ৰতি; প্ৰত্যেককে; গাইপতি
per head; per man
- মানে মানেmāne, māneAdverb
নিজৰ মান ৰাখি; মান হানি নোহোবাকৈ; ভালে ভালে
without incurring loss of respect
- মান্mānTransitive verb
সম্মান কৰ্; সম্ভ্ৰম কৰ্; তলতীয়া হ; বশ হ; আদেশ পাল্
to respect; to serve; to obey
- মান্তি হman.ti hoVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- মান্যতাma.nyo.taVerbal Noun
consider something as genuine and original,to look upon as something commendable
- মান্যতা প্ৰদান কৰ্ma.nyo.ta pro.dan korVerb-Trans.
কাৰোবাৰ/কিহবাৰ গুৰুত্ব স্বীকাৰ কৰ্
To accept the importance or value of sth
- মানৱ-নিৰ্মিতma.nob-nir.mi.toVerbal Adj.
মানুহে সজা, প্ৰাকৃতিক ভাৱে নিৰ্মিত নহয়৷
made by man, not by natural process.
- মানৱ-সৃষ্টma.nob-sris.toVerbal Adj.
মানুহে সজা, প্ৰাকৃতিক ভাৱে নিৰ্মিত নহয়৷
made by man, not by natural process.
- মাপকma.pokVerbal Adj.
যাৰ সহায়ত কোনো বস্তু জোখা হয়
with which something is measured
- মালযুঁজmal.ju~jVerbal Noun
খালী হাতেৰে এজনে আন এজনক প্ৰহাৰ আৰু বগৰাই কৰা যুদ্ধ ৷
The sport/act of hand-to-hand struggle between unarmed contestants who try to throw each other down.
- মালযুঁজ কৰ্mal.ju~j korVerb-Intran.
ইজনে সিজনক মাটিত বগৰাবলৈ চেষ্টা কৰি যুঁজ কৰ্
fight by grappling and trying to throw the other one down
- মালিন্যma.li.nyoVerbal Noun
a mark or sign of disgrace, a trace of an undesirable quality or substance.
- মাল্য-বৰণma.lyo-bo.ronVerbal Noun
ফুলৰ মালা পিন্ধাই আদৰা কাৰ্য্য
the act of adorning with a garland of flowers
- মাল্যদানma.lyo.danVerbal Noun
ফুলৰ মালা পিন্ধাই আদৰা কাৰ্য্য
the act of adorning with a garland of flowers
- মাল্যাৰ্পণma.lyar.ponVerbal Noun
ফুলৰ মালা পিন্ধাই আদৰা কাৰ্য্য
the act of adorning with a garland of flowers
- মাহিলিmāhiliAdverb
মাহে মাহে; প্ৰতি মাহত; মাহেকত; মাহে পতি
monthly; every month