← ফুৰি যাওক

মানি চল্

ma.ni sol

অৰ্থ

1.

বয়স বা পদমৰ্য্যদাত জ্যেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰ্

to do what is ordered/commanded to do by some authority

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মানি চল্ · অসমীয়া অভিধান