মান্
mān
অৰ্থ
1.
সম্মান কৰ্; সম্ভ্ৰম কৰ্; তলতীয়া হ; বশ হ; আদেশ পাল্
to respect; to serve; to obey
সক. ধা.
2.
স্বীকাৰ কৰ্; হয় বোল্
acknowledge; appreciate
সক. ধা.
3.
বিশ্বাস কৰ্; বোধ কৰ্
to believe in; to feel in mind
সক. ধা.
4.
অনুকূল হ; হিতকৰ হ; যেনে-"এই দৰবে তেওঁক নেমানে"
to be suitable or agreeable
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ