মানে মানে
māne, māne
অৰ্থ
1.
নিজৰ মান ৰাখি; মান হানি নোহোবাকৈ; ভালে ভালে
without incurring loss of respect
ক্ৰি. বিণ.
2.
মান বা ৰোহ ধৰি থাকোঁতেই
while in a state or mood of sulkiness
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ