কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হীনাঙ্গhi.nang.goProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- হীৰা-গঢ়াAdjective
হীৰাই গঢ়া (চৰু)।
- হুঁচিয়াৰhum̐ciẏāraAdjective
সাবধান; তপতৈয়াৰ; দক্ষ
careful and prompt; skilful; smart
- হুঁটাhum̐ṭāAdjective
টান; কোমল নোহোবা (চাউল, মাহ আদি খোবা)
hard; not softened (as rice, etc.)
- হুঁটুঙা-হুটুংhum̐ṭuṅā-huṭumAdjective
মিহি বা নিমজ নোহোবা; ওখ-চাপৰ
not smooth; rugged
- হুগীয়াhu.gi.yaProper Adj.
আবেগ বা মনৰ অনুভূতি প্ৰকাশ কৰা
Of or expressing emotions or arousing emotions
- হুতাশনীয়াAdjective
জুইৰ নিচিনা নষ্ট বা ধ্বংস কৰা; ধন বস্ত্ত উৰাই নষ্ট কৰা; ধোঁবাখুলীয়া
prodigal; wasteful
- হুনতিhu.no.tiProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- হুবহুhubahuAdjective
ঠিক তেনে; অবিকল; একে ৰকম
exactly similar
- হুলস্থূলীয়াhu.los.thu.liaProper Adj.
কোনো বিশৃংখল আৰু বেমেজালিজনক পৰিবেশ বা অৱস্থা৷
A condition or place of great disorder or confusion.
- হুৰহুৰাইhur.hu.raiProper Adj.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
refers to a high intensity non-stop shower or rain.
- হুৰহুৰীয়াhur.hu.ri.yaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- হুৰাhurāAdjective
খৰাং; বৰষুণ নোহোবা; যেনে-"আজি হুৰা বতৰ"
dry and rainless
- হুৰ্হুৰীয়াAdjective
হৰ্ হৰ্ শব্দ কৰি থকা।
- হৃতhri.toVerbal Adj.
যিটো বৰ্ত্তমানে হাতত নাই বা হেৰাইছে
no longer possessed or retained
- হৃত-সৰ্বস্বhri.to-xor.bo.swoVerbal Adj.
সকলো ধন-সম্পত্তি-হীন হোৱা অৰ্থাত্ সৰ্ব্বসম্পত্তি অন্ত বা নাশ হোৱা
deprived of or losing all property or possession
- হৃদগতhrid.go.toProper Adj.
মনৰ লগত সম্পৰ্ক থকা ৷
Involving the mind or an intellectual process.
- হৃদাকাৰProper Adj.
হৃদপিণ্ড সদৃশ আকাৰৰ
shaped like a heart; heart-shaped
- হৃদিস্থিতhri.di.sthi.toVerbal Adj.
হৃদয়ত থকা বা হৃদয়ত স্থান পোৱা
remaining in the heart
- হৃদয়গতhri.doy.go.toProper Adj.
মনৰ লগত সম্পৰ্ক থকা ৷
Involving the mind or an intellectual process.