← ফুৰি যাওক

হৃত-সৰ্বস্ব

hri.to-xor.bo.swo

অৰ্থ

1.

সকলো ধন-সম্পত্তি-হীন হোৱা অৰ্থাত্‍ সৰ্ব্বসম্পত্তি অন্ত বা নাশ হোৱা

deprived of or losing all property or possession

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হৃত-সৰ্বস্ব · অসমীয়া অভিধান