← ফুৰি যাওক

হুঁটা

hum̐ṭā

অৰ্থ

1.

টান; কোমল নোহোবা (চাউল, মাহ আদি খোবা)

hard; not softened (as rice, etc.)

বিণ.

2.

অশিষ্ট; ভাল মানুহৰ ৰীতি নজনা; কঠুবা; মাৰ্জ্জিত নোহোবা; আমঠ

rude; rough; harsh; obstinate

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ