হুতাশনীয়া
অৰ্থ
1.
জুইৰ নিচিনা নষ্ট বা ধ্বংস কৰা; ধন বস্ত্ত উৰাই নষ্ট কৰা; ধোঁবাখুলীয়া
prodigal; wasteful
বিণ.
2.
দুৰ্ভগীয়া
unfortunate
বিণ.
3.
আক্ৰোহী; বেছি বিচৰা মানুহ
one having inordinate desire
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ