কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মাতিmātiAdverb
উন্মত্ত হৈ
excitedly
- মাতি আন্ma.ti anVerb-Trans.
কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।
to request (spoken or written) to participate or be present or take part in something.
- মাতে মাতেmāte, māteAdverb
এটা মাত বা শব্দৰ সলনি আন এটা দি; প্ৰত্যেক শব্দৰ অৰ্থ ভাবি; যেনে-"মাতে মাতে ভঙা ভাল নহয়"; . মাত ধৰি ধৰি; মাতৰ অনুসৰণ কৰি; যেনে-"দেউতাৰ মাতে মাতে মই হাবিত খোজ ললো"
word for word; literally ; following one's voice
- মাত্matVerb-Trans.
মাত, শব্দ কৰ ।
To make the sound of a word or letter in a particular way.
- মাত্ৰmātraAdjective
যাবৎ; সকলো; আটাই; সমস্ত (বিশেষ্যৰ পাছত বিভক্তিৰূপে যুক্ত হয়); যেনে-"মানুহ-মাত্ৰৰে বিবেক আছে; জীব-মাত্ৰকে দয়া কৰিবাঁ"
all without exception
- মাত্ৰকতেAdverb
তত্ক্ষণাৎ; অলপো পলম নকৰাকৈ; শীঘ্ৰে; ততালিকে
as soon as; immediately; instantly
- মাত্ৰকেAdverb
তত্ক্ষণাৎ; অলপো পলম নকৰাকৈ; শীঘ্ৰে; ততালিকে
as soon as; immediately; instantly
- মাত্ৰাধিককৈma.tra.dhik.koiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- মাত্ৰে মাত্ৰেইmātre, mātreiAdverb
"মাত্ৰকে" চোবাঁ।
- মাত্ৰেইma.treiAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- মাথোনmāthonaAdverb
কেবল; মাত্ৰ; মাথোঁ; মুঠেই
only; merely
- মাদকতাময়Verbal Adj.
মানসিক বা আৱেগিকভাৱে উত্তেজিত
mentally or emotionally exhilarated
- মাধমাৰma.dho.marVerbal Noun
বৰ বেছিকৈ কৰা প্ৰহাৰ বা মাৰ-পিট
very severe beating
- মাধুৰীmādhurīNoun
মধুৰ গুণ; মধুৰতা
sweetness; deliciousness (specially in devotion)
- মানবীকৰণVerbal Noun
নিৰ্জীৱ বস্তুক মানুহৰ বৈশিষ্ট্য বা গুণ প্ৰদান কৰা প্ৰক্ৰিয়া
The process of giving human characteristics to a non-living thing.
- মানসিmānasiVerb
মানি আছা; বিবেচনা কৰিছা; যেনে-"যেহি তনু আপুন মানসি মন ভাইঃ অন্তকালে সেহি সঙ্গহি নযায়" (বৰগীত)।
- মানসিক বিকাৰগ্ৰস্তma.no.xik bi.kar.gros.toVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- মানসিক ভাৰসাম্যহীনma.noVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- মানসিক ৰোগগ্ৰস্তma.no.xik ro`.go.gros.toVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- মানসিকভাবেma.no.xik.bha.beAdverb
মনৰ জৰিয়তে বা মনেৰে
with regard to the mind