মাত্ৰ
mātra
অৰ্থ
1.
যাবৎ; সকলো; আটাই; সমস্ত (বিশেষ্যৰ পাছত বিভক্তিৰূপে যুক্ত হয়); যেনে-"মানুহ-মাত্ৰৰে বিবেক আছে; জীব-মাত্ৰকে দয়া কৰিবাঁ"
all without exception
বিণ.
2.
মাখোন; মুঠেই; মুঠতে
only
বিণ.
3.
তত্ক্ষণাৎ; সেই ক্ষণতে; তেতিয়াই; মাত্ৰকে
instantly; as soon as
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ