মাধুৰী
mādhurī
অৰ্থ
1.
মধুৰ গুণ; মধুৰতা
sweetness; deliciousness (specially in devotion)
বি.
2.
মধুৰভাবে; যেনে-"চৰণ চলাইঃ নূপুৰ বজাইঃ মাধুৰী মাধুৰী হাসে"
sweetly; pleasantly
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ