← ফুৰি যাওক

মানসি

mānasi

অৰ্থ

1.

মানি আছা; বিবেচনা কৰিছা; যেনে-"যেহি তনু আপুন মানসি মন ভাইঃ অন্তকালে সেহি সঙ্গহি নযায়" (বৰগীত)।

ক্ৰি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মানসি · অসমীয়া অভিধান