কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাপৰি বজাsa.po.ri bo.jaVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰি বাsa.po.ri. baVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰি মাৰsa.po.ri. marVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰ্cāparIntransitive verb
গা কোঁচাই বা মূৰ দোঁবাই চুটি হ
to lower one's self by bending the head or the body
- চাফ কৰ্saf korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চাফ চিকুণ কৰ্saph si.kun korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চাব দেsab deVerb-Intran.
বঠাৰে পানী সিঁচি নাও চলা
to propel a vessel by the leverage of an oar or the like
- চাব ধৰ্sab dhorVerb-Intran.
বঠাৰে পানী সিঁচি নাও চলা
to propel a vessel by the leverage of an oar or the like
- চাব মাৰ্sab marVerb-Intran.
কোৰেৰে মাটি খান্দ্ বা চাহ কৰ্
to cut or dig with a hoe
- চামকা-চামকিcāmakā-cāmakiAdverb
চমকা-চমকে; এচমকাৰপৰা আন চমকালৈ; যেনে-"চামকা-চামকি কেহোঁ মাংসক উভাৰে" (মা. ক., লঙ্কাকাণ্ড)
handful by handful
- চামে চামেcāme, cāmeAdverb
এচামৰ পাছত আন এচাম হৈ; জাউৰি পাতি
batch after batch
- চামে-চামেsa.me-sa.meAdverb
এচামৰ পাছত এচামকৈ
in subsequent batches, one after the other
- চালcāla
the roof of a house
- চাল-বেৰ কোবাsal-ber ko`.baVerb-Intran.
ঠিক কথা নকৈ যিহকে পায় তিহকে ক ।
To talk or write in a discursive, aimless way.
- চালান দেsa.lan deVerb-Trans.
To send goods for delivery
- চালাম দেVerb-Trans.
শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ পোনকৈ ঠিয় হৈ কপালত সোঁহাতৰ তলুৱাখন ৰাখি দেখুৱা এক বিশেষ ব্যৱহাৰ
To give a gesture of homage and respect, usually placing one palm near the forehead in an attention position, esp. used in armed forces
- চালি-জাৰিcāli-jāriAdverb
জাৰি-জোকাৰি; পাত পাত কৰি; বৰকৈ অনুসন্ধান কৰি; ভাল-বেয়া বিচাৰ কৰি
considering or searching minutely and diligently
- চালি-জাৰি চাsali-jari saVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- চালি-জাৰি লsa.li-ja.ri loVerb-Trans.
কঠিন পদাৰ্থ মিহলি জুলীয়া বস্তুৰ পৰা কঠিন পদাৰ্থ পৃথক কৰ্
to separate solid particles from liquid-solid mixture .
- চালিকাsa.li.kaVerbal Adj.
কৰ্মোদ্যম জগাই তুলিব পৰা বা চলাই ৰাখিব পৰা
capable of stimulating activity or causing movement