কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অতিপাতভাবেo.ti.pat.bha.beAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- অতিপৃক্তo.ti.prik.toVerbal Adj.
এনে এক দ্ৰৱ, য`ত দ্ৰৱীভূত পদাৰ্থটো অদ্ৰৱীভূত পদাৰ্থৰ সৈতে সমতুল অৱস্থাতকৈ অধিক পৰিমাণে থাকে।
applicable to a solution that contains more solute than it would if the dissolved solute were in equilibrium with the undissolved solute
- অতিবাহনo.ti.ba.honVerbal Noun
কোনো নিৰ্দ্দিষ্ট ধৰণে বা নিৰ্দ্দিষ্ট ঠাইত (সময়) কটোৱা কাৰ্য্য
the act of passing (time) in a particular manner, place, etc
- অতিবাহিতo.ti.ba.hi.toVerbal Adj.
অতিক্ৰম কৰি গৈছে এনেভাৱ ।
passed away, whiled away
- অতিবাহিত কৰ্o.ti.ba.hit korVerb-Trans.
কোনো কাম কৰি সময় খৰচ কৰ্।
to utilize time for some purpose.
- অতিবৃষ্টিo.ti.bris.tiVerbal Noun
মাত্ৰাধিক বা গড় হিচাপতকৈ অধিক বৰষুণ
excessive or heavy rainfall
- অতিশ্ৰুতিVerb-Trans.
এক প্ৰকাৰৰ শব্দৰ সমীভৱন, যিটো ভাষাবিজ্ঞানৰ শব্দ পৰিৱৰ্তনৰ এটা ভাগ, য'ত শব্দত স্বৰবৰ্ণৰ উচ্চাৰণ পৰৱৰ্তী স্বৰ বা অৰ্ধস্বৰৰ দৰে হয়।
the assimilation of sounds which is a type of sound change in linguistics where, in a word, a vowel is pronounced more like a following vowel or semi vowel.
- অতিশয়ৰূপেo.ti.xoy.ru.peAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- অতিসম্প্ৰতিo.ti.xom.pro.tiAdverb
অলপ সময়ৰ আগতে ঘটি বা হৈ যোৱা ৷
Of, belonging to, or occurring at a time immediately before the present.
- অতিৰঞ্জিত কৰ্o.ti.ron.jit korVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- অতিৰিক্ত হo.ti.rik.to hoVerb-Trans.
to go beyond in quantity, degree, rate, etc.
- অতৃপ্তo.trip.toVerbal Adj.
সন্তোষ নোপোৱা, তৃপ্ত নোহোৱা, হেঁপাহ নপলোৱা ।
being in the state of not fulfilled
- অতে দিVerb-Trans.
নঘঁহা-নমজাকৈ অলপ পানীৰে ধো ৷
to wash (utensils) without rubbing or using soap, using little water.
- অত্বৰo.tworVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- অত্যন্তভাৱেo.tyon.to.bha.beAdverb
happening or doing sth in excessive manner
- অত্যন্তৰূপেo.tyon.to.ru.peAdverb
happening or doing sth in excessive manner
- অত্যাচাৰ কৰ্o.tya.sar korVerb-Trans.
নিৰ্দয় বা অন্যায় ভাৱে কোনো বিষয় জাপি দিয়া বা বাধা প্ৰদান কৰা
to burden with cruel or unjust impositions or restraints
- অতৰ্কিতেo.tor.ki.teAdverb
তৰ্কিব নোৱাৰাকৈ, গম নোপোৱাকৈ |
Without any anticipation.
- অথনathanaAdverb
এতিয়া; এতিয়াও
now; even now
- অথনিathaniAdverb
আজিয়েই কিন্ত্ত অলপ আগেয়ে
a short time ago today