← ফুৰি যাওক

অত্যাচাৰ কৰ্

o.tya.sar kor

অৰ্থ

1.

নিৰ্দয় বা অন্যায় ভাৱে কোনো বিষয় জাপি দিয়া বা বাধা প্ৰদান কৰা

to burden with cruel or unjust impositions or restraints

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অত্যাচাৰ কৰ্ · অসমীয়া অভিধান