← ফুৰি যাওক

অথনি

athani

অৰ্থ

1.

আজিয়েই কিন্ত্ত অলপ আগেয়ে

a short time ago today

ক্ৰি. বিণ.

2.

এতিয়া বা আজিব কিন্ত্ত অলপ অতীত হোবা সময়

a short time before now

সৰ্ব.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অথনি · অসমীয়া অভিধান