← ফুৰি যাওক

অতিবাহন

o.ti.ba.hon

অৰ্থ

1.

কোনো নিৰ্দ্দিষ্ট ধৰণে বা নিৰ্দ্দিষ্ট ঠাইত (সময়) কটোৱা কাৰ্য্য

the act of passing (time) in a particular manner, place, etc

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অতিবাহন · অসমীয়া অভিধান