কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্ধনীnirdhanīAdjective
ধনহীন; দুখীয়া; দৰিদ্ৰ
poor
- নিৰ্ধাৰকnirdhārakaNoun
মূল্য নিৰূপণ কৰোঁতা
assessor
- নিৰ্ধাৰণnirdhāraṇaNoun
নিৰ্ণয়; স্হিৰ কৰা
determination
- নিৰ্বচনnirbacanaNoun
বিশেষৰূপে কথন; (জ্যামিতত) প্ৰতিজ্ঞা-বাক্য।
- নিৰ্বনানীকৰণnir.bo.na.ni.ko.ronVerbal Noun
গছ-গছনি কাটি অৰণ্য ধ্বংস কৰা কাৰ্য্য । ইয়াৰ ফলত ভূমিস্খলন, মৰুভূমিৰ পৰিসৰ বৃদ্ধি, জল প্ৰদূষণ, জৈৱ-বৈচিত্ৰতা হানি আদি হ’ব পাৰে ।
The state of being clear of trees. The cutting down and removal of all or most of the trees in a forested area. Deforestation can erode soils, contribute to desertification and the pollution of waterways, and decrease biodiversity through the destruction of habitat.
- নিৰ্বনীকৰণnirbanīkaraṇaNoun
হাবি কাটি নাইকিয়া কৰা কাৰ্য্য
deforestation
- নিৰ্বন্ধnirbandhaNoun
নিয়ম, বিধান; যেনে-"দেবৰ নিৰ্ব্বন্ধ"
inevitable law
- নিৰ্বলীnirbalīAdjective
বল-শূন্য; শক্তি নথকা; দুৰ্ব্বল; ক্ষমতা নথকা
weak; powerless
- নিৰ্বহnirbahaNoun
দৰবত লগা এবিধ গছৰ গুটি
a kind of fruit used as medicine
- নিৰ্বাক ছৱিnir.bak so.biMaterial Noun
চলচিত্ৰৰ আৰম্ভনী অৱস্থাত মাত কথা নাছিল৷ কাৰিকৰি কাৰণতে এনেকুৱা হৈছিল৷ এনে ছৱিত নিৰ্বাক ছৱিত বোলে৷
A silent film is a film with no synchronized recorded sound, especially with no spoken dialogue. In silent films for entertainment the dialogue is transmitted through muted gestures, mime and title cards.
- নিৰ্বাক নাটAbstract Noun
পৰিয়ালৰ মনোৰঞ্জনৰ বাবে ডিজাইন কৰা এক প্ৰকাৰৰ সংগীত কমেডী মঞ্চ প্ৰডাকচন৷ ইংলেণ্ডত বিকশিত কৰা এই ছবিখন সমগ্ৰ যুক্তৰাজ্য, আয়াৰলেণ্ড আৰু অন্যান্য ইংৰাজী ভাষী দেশত বিশেষকৈ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ সময়ত পৰিবেশন কৰা হয়৷
a type of musical comedy stage production designed for family entertainment.It was developed in England and is performed throughout the United Kingdom, Ireland and in other English-speaking countries, especially during the Christmas and New Year seasons.
- নিৰ্বাচকnirbācakaNoun
নিৰ্বাচন কৰোঁতা
elector
- নিৰ্বাচনnirbācanaNoun
বহুতৰ ভিতৰত এজনক বাছি লোবা কাৰ্য্য
election; selection
- নিৰ্বাণnirbāṇaNoun
ঈশ্বৰত লয়; মুক্তি
salvation
- নিৰ্বাত পাতনAbstract Noun
নিৰ্বাত পাতন
নিৰ্বাত পাতন
- নিৰ্বাত বাষ্পীভৱনAbstract Noun
নিৰ্বাত বাষ্পীভৱন
নিৰ্বাত বাষ্পীভৱন
- নিৰ্বাপণnirbāpaṇaNoun
নুমুওবা কাৰ্য্য; অন্ত পেলোবা কাৰ্য্য।
- নিৰ্বাসnirbāsaNoun
দেশান্তৰ কৰা কাৰ্য্য। বাস কৰা ঠাইৰপৰা দূৰ দেশলৈ খেদাই দিয়া; শান্তি-স্বৰূপে থকা ঠাইৰপৰা আন ঠাইত ৰখা কাৰ্য্য
banishment
- নিৰ্বাসনnirbāsanaNoun
দেশান্তৰ কৰা কাৰ্য্য। বাস কৰা ঠাইৰপৰা দূৰ দেশলৈ খেদাই দিয়া; শান্তি-স্বৰূপে থকা ঠাইৰপৰা আন ঠাইত ৰখা কাৰ্য্য
banishment
- নিৰ্বাহnirbāhaNoun
সম্পন্ন; সম্পাদন; সাধনকৰণ
the act of performing