← ফুৰি যাওকনিৰ্বন্ধ
nirbandha
অৰ্থ
1.নিয়ম, বিধান; যেনে-"দেবৰ নিৰ্ব্বন্ধ"
inevitable law
বি.
সমাৰ্থক শব্দ
2.চলিত দস্ত্তৰ
a custom
বি.
সমাৰ্থক শব্দ
3.স্হিৰকৈ বন্ধা কথা; চুক্তি
an agreement
বি.
সমাৰ্থক শব্দ
4.সন্ধি
a treaty of peace
বি.
সমাৰ্থক শব্দ
5.বিশেষ অনুৰোধ।
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ