← ফুৰি যাওকনিৰ্বলীnirbalīঅৰ্থ1.বল-শূন্য; শক্তি নথকা; দুৰ্ব্বল; ক্ষমতা নথকাweak; powerlessবিণ.সমাৰ্থক শব্দনিৰ্ব্বলী · nirbbalī2.দুৰ্ব্বল মানুহa weak manবি.সমাৰ্থক শব্দনিৰ্ব্বলী · nirbbalīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ