← ফুৰি যাওক

নিৰ্বাস

nirbāsa

অৰ্থ

1.

দেশান্তৰ কৰা কাৰ্য্য। বাস কৰা ঠাইৰপৰা দূৰ দেশলৈ খেদাই দিয়া; শান্তি-স্বৰূপে থকা ঠাইৰপৰা আন ঠাইত ৰখা কাৰ্য্য

banishment

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰ্বাস · অসমীয়া অভিধান