← ফুৰি যাওক

নিৰ্বাণ

nirbāṇa

অৰ্থ

1.

ঈশ্বৰত লয়; মুক্তি

salvation

বি.

সমাৰ্থক শব্দ

2.

নুমুওবা কাৰ্য্য

extinction

বি.

সমাৰ্থক শব্দ

3.

নুমুওবা (জুই বা চাকি)

extinguished

বিণ.

সমাৰ্থক শব্দ

4.

গতিহীন; নলৰা; কথা নোকোবা; যেনে-"মুখ ভৈলা নিৰ্ব্বাণ নাসাত শ্বাস নাই" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)

want of motion

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰ্বাণ · অসমীয়া অভিধান