কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অকাল-পক্বakāla-pakbaAdjective
সময় নৌ হওঁতেই পকা,
prematurely ripe
- অকাল-প্ৰসূতo.kal-pro.xu.toVerbal Adj.
সময়তকৈ আগতে অৰ্থাৎ অকালতে জন্ম পোৱা
born prior to the expected time; untimely born
- অকালনakālanaAdjective
মাত নুফুটা; কেঁচুৰা; নিচেই সৰু
very young
- অকালপক্বo.kal.pok.koProper Adj.
(ক) পকিবৰ সময় নৌহওঁতেই পকা, আবতৰত পকা (খ) কম বয়সতে হোৱা অসাধাৰণ মানসিক বিকাশ
(a) ripe in advanced; prematurely ripe<br>(b) unusually advanced or mature in development, esp. mental development
- অকাল্পনিকProper Adj.
সঁচাকৈ থকা বা ঘটা; কাল্পনিক, আদৰ্শ বা কাহিনীভিত্তিক হোৱাৰ সলনি সঁচা
existing or occurring as fact; actual rather than imaginary, ideal, or fictitious
- অকাৰণakāraṇaNoun
অনাবশ্যক; অবাব
absence of cause, reason or necessity
- অকাৰান্তakārāntaAdjective
'অ' অন্তত থকা; অ-কাৰেৰে শেষ হোবা; 'অ'।
ending in
- অকাৰ্যকৰীakāryakarīAdjective
কামত খটুবাৰ নোবৰা
unpractical
- অকাৰ্য্যকৰo.kar.jyo.korProper Adj.
বাস্তৱৰ সৈতে খাপ নোখোৱা বা প্ৰকৃততে সম্ভৱ নোহোৱা
Not compatible with reality or fact; unreasonably idealistic; practically not feasible;
- অকাৰ্য্যকৰীakāryyakarīAdjective
কামত খটুবাৰ নোবৰা
unpractical
- অকিঞ্চনakiñcanaAdjective
মহা দৰিদ্ৰ; অতি দুখীয়া
extremely poor
- অকিঞ্চিৎakiñcitAdjective
অতি সামান্য; নগণ্য।
- অকিঞ্চিৎকৰakiñcitkaraAdjective
অতি সামান্য; নগণ্য।
- অকীৰ্ত্তিকৰo.kir.ti.korProper Adj.
লাজ পাবলগীয়া বা অপযশ হ’ব পৰা
causing shame, disgraceful or scandalous.
- অকুটিলakuṭilaAdjective
সৰল; অকপট
sincere; honest
- অকুণ্ঠakuṇṭhaAdjective
অসঙ্কুচিত
unhesitating
- অকুতোভয়akutobhaẏaAdjective
অলপো ভয় নোহোবা
fearless
- অকুপিতProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met
- অকুলীনNoun
নীহ জাতিৰ মানুহ
a person of low origin
- অকুলীয়ানNoun
নীহ জাতিৰ মানুহ
a person of low origin