← ফুৰি যাওক

অকাৰণ

akāraṇa

অৰ্থ

1.

অনাবশ্যক; অবাব

absence of cause, reason or necessity

বি.

2.

অবাব; কাৰণ নথকা; কাৰণ-শূন্য; অনাদি; যেনে-"কাৰণৰ কাৰণ তুমিসে অকাৰণ" (দশম)

without reason; causeless

বিণ.

3.

অসাৰ; ব্যৰ্থ; ; ক্ৰি. বিণ. অকাৰণে।

valueless; fruitless

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ