← ফুৰি যাওক

অকাল-পক্ব

akāla-pakba

অৰ্থ

1.

সময় নৌ হওঁতেই পকা,

prematurely ripe

বিণ.

2.

বয়সতকৈ বুদ্ধি-বৱত্তিত আগ বঢ়া,

precocious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকাল-পক্ব · অসমীয়া অভিধান