তাৰ
tāra
অৰ্থ
1.
2.
3.
4.
উচ্চ; তীব্ৰ; যেনে-"তাৰ ঘোৰ মন্দ্ৰ নাদে দুয়ো গীত গাবে" (শ., উত্তৰাকাণ্ড)
of high pitch
বি.
5.
6.
ঠাৰ; সঙ্কেত; যেনে-"থাক থাক বুলি আঙুলিৰ দেয় তাৰ। ভ্ৰুকুটি-কুটিল মুখ ক্ৰোধে অন্ধকাৰ" (দশম)
a hint made by moving the fingers
বি.
7.
আপদৰপৰা ৰাখ্; ৰক্ষা কৰ্; উদ্ধাৰ কৰ্; মুক্তি দি
to save from distress, to give salvation; to deliver
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ