← ফুৰি যাওক

তাৰক

tāraka

অৰ্থ

1.

তৰা; নক্ষত্ৰ

a star

বি.

সমাৰ্থক শব্দ

2.

কাৰ্ত্তিকে বধ কৰা এটা অসুৰৰ নাম

a demon killed by Kārtika

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাৰক · অসমীয়া অভিধান