← ফুৰি যাওক

তাৰকা

tārakā

অৰ্থ

1.

ৰামচন্দ্ৰই বধ কৰা এজনী ৰাক্ষসী; মাৰীচৰ মাক

a female demon killed by Rāma

বি.

সমাৰ্থক শব্দ

2.

তৰা; নক্ষত্ৰ

a star

বি.

সমাৰ্থক শব্দ

3.

তৰা

a star

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাৰকা · অসমীয়া অভিধান