← ফুৰি যাওকতাঁৰtām̐raঅৰ্থ1.সৰু জৰী বা শলিa metallic wireসমাৰ্থক শব্দতাৰ · tāra2.তন্ত্ৰী; বাদ্য-যন্ত্ৰৰ জৰীa string of musical instrumentসমাৰ্থক শব্দতাৰ · tāra3.নপকোবা সূতা জোঁট ভাঙি ৰাখিবলৈ কৰা বাঁহৰ শলা।সমাৰ্থক শব্দতাৰ · tāraউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ