কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধনী কৰ্dhoni korVerb-Trans.
কাৰোবাক বা কিহবাক চহকী কৰ্
to make something or someone richer
- ধনী হ্dhoni hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- ধনুৱাdho.nu.waVerbal Adj.
নগদ ধন দি কিনা
purchased by paying cash
- ধন্যবাদ জনাdho.nyo.bad jo.naVerb-Trans.
to acknowledge indebtedness.
- ধনৱান কৰdho.no.wan korVerb-Trans.
কাৰোবাক বা কিহবাক চহকী কৰ্
to make something or someone richer
- ধপধপাdhopdhopaVerb-Intran.
ওপৰ-তলকৈ বা ইফাল-সিফালকৈ বাৰে-বাৰে নিয়মীয়া ছন্দেৰে লৰচৰ কৰ্
To move up and down or side to side in regular rhythm.
- ধপ্ধপাIntransitive verb
ঘনকৈ পাখি কোবাই শব্দ কৰ্
to flap the wing, as a bird
- ধপ্ধপ্ কৰে, ধপৰাইAdverb
বেগাই আৰু শব্দ কৰি (উঠ্ বা পৰ্); যেনে-"ধপৰাই পৰিল।"
- ধমক দেdho.mok deVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- ধমকনিdho.mo.ko.niVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ধমকনি দেdho.mo.ko.ni deVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- ধমকা-ধমকিdho.mo.ka-dho.mo.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ধমকিdhom.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ধমকি দেdho.mo.ki deVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- ধমধমাIntransitive verb
বৰকৈ জ্বলা জুইৰ দৰে শব্দ কৰ্
to roar like a blazing fire
- ধস্তাধস্তি কৰ্dhos.ta.dhos.ti korVerb-Intran.
ইজনে সিজনক মাটিত বগৰাবলৈ চেষ্টা কৰি যুঁজ কৰ্
fight by grappling and trying to throw the other one down
- ধহ্dhahTransitive verb
নষ্ট কৰ্।
- ধহ্ঁVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ধাdhāIntransitive verb
যুঁজিবলৈ খেদি যা; আগ বাঢ়ি যা; চোঁচা মাৰ্
to rush to battle
- ধাঁচ্ কৰে, ধাঁচ্ ধাঁচ্dhām̐c, kare, dhām̐c, dhām̐cAdverb
ধাঁচ্ শব্দ কৰি (মাটিত পৰ্); মৱতপ্ৰায় হৈ
suddenly falling flat on the ground with force