← ফুৰি যাওক

ধাঁচ্ কৰে, ধাঁচ্ ধাঁচ্

dhām̐c, kare, dhām̐c, dhām̐c

অৰ্থ

1.

ধাঁচ্ শব্দ কৰি (মাটিত পৰ্); মৱতপ্ৰায় হৈ

suddenly falling flat on the ground with force

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধাঁচ্ কৰে, ধাঁচ্ ধাঁচ্ · অসমীয়া অভিধান