কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক'ত ্ka'taAdverb
কোন ঠাইত
where
- ক'তবাতka'tabātaAdverb
অনিশ্চিত কোনো ঠাইত; ক'ৰবাত
at some unknown place
- ক'তাka'tāAdverb
কোন ঠাইত (প্ৰশ্ন সোধাত); যেনে-"ক'তা কালৈ গ'ল?"
where
- ক'লৈka'laiAdverb
কোন ঠাইলৈ
to what place
- ক'লৈবাka'laibāAdverb
কোনো এক নিশ্চয় নোহোবা ঠাইলৈ
to some indefinite place
- ক'ৰবাতka'rabātaAdverb
ক'তবাত।
- ক`তবাko``t.baAdverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.
- ক`ৰAdverb
কোন ঠাইৰ
of where, from where
- কʼক্Adverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- কঁকলিয়াkam̐kaliẏāTransitive verb
চুৰিয়া, মেখেলা আটি পিন্ধিবলৈ পেট খীণ বা খালকৈ দি
to draw in the stomach (as, when putting on a garment on the waist
- কঁকিয়াkam̐kiẏāTransitive verb
কাঁকৈৰে চুলিৰ জঁট ভাং; কাঁকৈৰে মূৰ আঁচোৰ্
to comb
- কঁচkam̐caTransitive verb
ডোখৰ ডোখৰ নকৰাকৈ ঘনকৈ আঁক বা আঁচ দি কাট্; নিছিগাকৈ ৰেপি কাট্; কাঁচ্
to mince or chop without cutting into pieces (as meat, etc.)
- কঁচ্ko~sVerb-Trans.
টুকুৰা বা ডোখৰ-ডোখৰ নকৰাকৈ ৰেপি-ৰেপি কাট্ (মাংস, মাছ আদি)
to mince or chop without cutting into pieces (as meat, fish etc.)
- কঁটাল্kam̐ṭālTransitive verb
কঁড়াল্; গাঁঠিৰ আখি বা ঠেঙুলি গুচাই নিমজ কৰ্; জেং-জাবৰ গুচাই সল্সলীয়া কৰ্
to cut off or remove the branches, etc., from the main stem
- কঁটিয়াkam̐ṭiẏāTransitive verb
অতি সৰহকৈ বা বলেৰে মুখত সূমাই দি; বলেৰে টেঁটুৰ ভিতৰলৈ ভৰাই দি
to thrust into the mouth or throat
- কঁপko~pVerb-Intran.
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
- কঁপনিNoun; Transitive verb
কঁপা
to shake; to cause to shiver or tremble
- কঁপাko~.paVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side
- কঁপ্kam̐pIntransitive verb
ঘনকৈ লৰচৰ কৰ্; জাৰ, বেদনা বা ভয়ৰ কাৰণে গা, হাত-ভৰি জোকাৰ্; থৰক্ বৰক্ কৰ্; অস্হিৰ হ
to shake; to tremble; to shiver
- কঁহেkam̐heAdverb
কোন পিনে; কোন দিশে
in which direction